ভিলেইজ ৰকষ্টাৰলৈ অনুদান ৰেকিবুদ্দিন আহমেদৰ

ভিলেইজ ৰকষ্টাৰলৈ অনুদান ৰেকিবুদ্দিন আহমেদৰ

ডিজিটেল ডেস্ক:ভিলেইজ ৰকষ্টাৰলৈ অনুদান আগবঢ়ালে ছয়গাৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ বিধায়কজনে চলিত মাহৰ দৰমহা আগবঢ়ালে ৰীমা দাসক। অস্কাৰলৈ মনোনিত হোৱাৰ বাবে এতিয়া ছবিখনক প্ৰচাৰৰ বাবে এই পুঁজি প্ৰদান কৰিলে বিধায়কজনে ৷তদুপৰি মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে বিধায়কজনে৷