মালবাহী ৰেল দুৰ্ঘটনাগ্ৰস্ত

মালবাহী ৰেল দুৰ্ঘটনাগ্ৰস্ত

ডিজিটেল ডেস্ক:ডিমা হাচাওত আজি এখন মালবাহী ৰেল দুৰ্ঘটনাগ্ৰস্ত হয়৷ ১৪টা দবা লাইনচুত্য হোৱাৰ ফলত ৰেলখন ডাও’হাটজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাত পতিত হয়৷ ফলত সমগ্ৰ অঞ্চলত ব্যাহত হৈ পৰিছে ৰেলসেৱা৷