মাজুলীত পৰ্যটকক দুৰব্যৱহাৰৰ অভিযোগ

মাজুলীত পৰ্যটকক দুৰব্যৱহাৰৰ অভিযোগ

ডিজিটেল ডেস্কঃ সত্ৰনগৰী মাজুলীত পৰ্যটকক অশালীন ব্যৱহাৰ উদণ্ড যুৱকৰ৷ মাজুলীৰ শালমাৰাত চেক গণৰাজ্যৰ দুগৰাকী যুৱতীক কেইজনমান যুৱকে অশালীন ইংগিত দিয়া বুুলি আৰক্ষীৰ কাষ চাপে যুৱতীদুগৰাকীয়ে৷ বনগাঁও আৰক্ষী চকীত ঘটনা সম্পৰ্কে গোচৰ ৰুজু কৰা হৈছে৷ ধৃত যুৱকক বিচাৰি আৰক্ষীয়ে সমগ্ৰ অঞ্চলতে অভিযান অব্যাহত ৰাখিছে৷ তদুপৰি স্থানীয় লোককো সোধ পোচ কৰিছে আৰক্ষীয়ে৷