লণ্ডনত বিহু নৃত্যৰ কৰ্মশালা

লণ্ডনত বিহু নৃত্যৰ কৰ্মশালা

ডিজিটেল ডেস্ক:এইবাৰ  লণ্ডনত ৰাগীনি আৰু অভিনেত্ৰী মাধুৰীমা চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত হ'ল অসমৰ লোকনৃত্য, বিহু, ভোৰতাল, সত্ৰীয়া নৃত্যৰ কৰ্মশালা।ইংলেণ্ডৰ ইউনেটিড আসাম এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান৷লোকনৃত্য, বিহুৰ কৰ্মশালাৰ উপৰি তেওঁলোকৰ দলটোৱে 'ভূপেন হাজৰিকাৰ জন্মজয়ন্তী', 'অসম দিৱস'টো অসমৰ বিহু আৰু লোকনৃত্য প্ৰদৰ্শন কৰিছিল।