কোকোৰাঝাৰত উগ্ৰপন্থী সংগঠনৰ সদস্য আটক

কোকোৰাঝাৰত উগ্ৰপন্থী সংগঠনৰ সদস্য আটক

ডিজিটেল ডেস্ক:কোকৰাঝাৰত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন৷ দুৰ্গা পুজাৰ সময়ত যাতে কুটাঘাতকাৰীয়ে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰবাবে সমগ্ৰ জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷ এই নিৰাপত্তা ব্যৱস্থাৰ এক অংশ হিচাপে চলোৱা এক অভিযানত আৰক্ষীয়ে উগ্ৰপন্থী সংগঠন 'নাছলা'ৰ এজন সদস্যক আটক কৰিবলৈ সক্ষম হয়৷ তদুপৰি আৰক্ষীয়ে এজন ড্ৰাগচ মাফিয়াকো ধৰে৷  'নাছলা'ৰ সদস্যজনৰ পৰা আৰক্ষীয়ে এটা বন্দুক আৰু কেইবাজাঁই সজীৱ গুলি উদ্ধাৰ কৰে