গোৱালপাৰাত পুখুৰীত ডুবিল ছাত্ৰ

গোৱালপাৰাত পুখুৰীত ডুবিল ছাত্ৰ

গোৱালপাৰাৰ আউলীয়াত পুখুৰীত বুৰিল ছাত্ৰ। ৰাকিবুল ইছলাম নামৰ ছাত্ৰজনক উদ্ধাৰৰ বাবে SDRF-এ আৰম্ভ কৰিছে অভিযান। সমনীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল ৰাকিবুল।