বন্ধৰ প্ৰভাৱ পৰিল মহানগৰীতো

বন্ধৰ প্ৰভাৱ পৰিল মহানগৰীতো

ডিজিটেল ডেস্ক: আজি কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ দ্বাৰা আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীটো পৰা পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে প্ৰত্যক্ষ বিনিয়োগ আৰু ফ্লিপকাৰ্ট-ৱালমাৰ্টৰ বিৰুদ্ধে ঘোষণা কৰা হৈছিল এই বন্ধ। কেৱল দোকান পোহাৰেই নহয়,বন্ধ হৈ পৰিছে তেল ডিপোসমুহো৷ অৱেশ্যে গ্ৰাহকৰ অসুবিধালৈ  লক্ষ্য ৰাখি দিনৰ  ১২বজাৰ পিছত খোলা হয় ডিপোসমুহ৷উল্লেখ্য যে সমগ্ৰ দেশৰ প্ৰায় ৭ কোটি ক্ষুদ্ৰ বিপনীয়ে এই বন্ধলৈ সমৰ্থন আগবঢ়াই বন্ধ ৰাখে বিপনীসমূহ।