গুৱাহাটী বিশ্ববিদ্যালয়ত উৰিল আছুৰ জয়ধ্বজা

গুৱাহাটী বিশ্ববিদ্যালয়ত উৰিল আছুৰ জয়ধ্বজা

ডিজিটেল ডেস্ক:পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত সভাপতি পদত নিৰ্বাচিত হ’ল এগৰাকী নাৰী৷ আজি ঘোষিত বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত আছু সমৰ্থিত লাকিমণি বৰুৱাইয় প্ৰতিদ্বন্দ্বী দী পক দেউৰীক প্ৰায় ১০০০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ আনহাতে বিশ্ববিদ্যালয়খনৰ সাধৰণ সম্পাদক পদত জয় লাভ কৰিছে আছু সমৰ্থীত প্ৰাৰ্থী নয়নজৌতি গগৈয়ে৷ তদুপৰি আন কেইবাটাও পদত আছু সমৰ্থীত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷