দিছপুৰত অব্যাহত দালালিৰাজ

দিছপুৰত অব্যাহত দালালিৰাজ

দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অব্যাহত দালালৰাজ। কাৰ্যালয়টোৰ ১০জন দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছতো শেষ নহ’ল দালালৰ দপদপনি। দালালক ঘোচ নিদিলে ফাইলত চহী নকৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে। কাৰ্যালয়টো দুৰ্নীতিমুক্ত কৰাৰ দাবীত প্ৰতিবাদ ভূমি অধিকাৰ ৰক্ষা সংগ্ৰাম সমিতিৰ।