ৰাজ্যত নোহোৱা হ’ব বিদ্যুতৰ তাৰ

ৰাজ্যত নোহোৱা হ’ব বিদ্যুতৰ তাৰ

ডিজিটেল ডেস্ক:অসমত অতি শিঘ্ৰে নোহোৱা হ’ব বিদ্যুতৰ তাৰ৷ এই তাৰ সমুহৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব এভি তাৰ৷ আজি এই কথা প্ৰকাশ কৰিছে শক্তিমন্ত্ৰী তপন গগৈয়ে৷ মুলতঃ সঘনে হৈ থকা দুৰ্ঘটনা ৰোধ কৰিবলৈ বিদ্যুতৰ তাৰৰ পৰিৱৰ্তে এই নতুন তাৰ ব্যৱহাৰ কৰাৰ নিয়ম প্ৰৱৰ্তন কৰিছে ৰাজ্য চৰকাৰে৷ইয়াৰ বাবে ইতিমধ্যেই শক্তি বিভাগে ধাৰ্য কৰিছে প্ৰায় ৪০০০ কোটি টকা।৬০ হাজাৰ কিলোমিটাৰ বিদ্যুৎৰ তাঁৰৰ ঠাইত  এই এভি কেবল সংযোগ কৰা হ’ব বুলি শক্তিমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷