-->

গুৱাহাটীত ডিজি ধন মেলা 

গুৱাহাটীত ডিজি ধন মেলা 

মুখ্যমন্ত্ৰী সোণোৱালে উন্মোচন কৰিলে ডিজিধন মেলা ।সকলো চৰকাৰী বিভাগৰ বাবেই এই পেমেণ্ট প'ৰ্টেল মুকলি কৰা হৈছে ।পাঞ্জাবাৰীৰ কৃষি বিপণৰ ক্ষেত্ৰক কেচলেচ ষ্টোৰ ঘোষণা কৰা হৈছে ।এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজীজু, জিতেন্দ্ৰ সিঙ ।দেশৰ ১০০ খন চহৰত অনুষ্ঠিত হ'ব এই ডিজি ধন মেলা ।