শ্বহীদ ভাস্কৰ কলিতাৰ মৃত্যু তদন্ত পুনৰ আৰম্ভ

শ্বহীদ ভাস্কৰ কলিতাৰ মৃত্যু তদন্ত পুনৰ আৰম্ভ

শ্বহীদ ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে মুখ্য সচিবৰ কাৰ্যালয়ত উপস্থিত তদন্তকাৰী বিষয়া তথা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ। ৪ মে’ত আলফা (স্বাধীন)ৰ গুলীত নিহত হৈছিল ভাস্কৰ কলিতা। ভাস্কৰ কলিতাই পৰিধান কৰা বুলেট প্ৰুফ জেকেটটোক লৈ উঠিছিল প্ৰশ্ন।