ভিলেইজ ৰকষ্টাৰলৈ অভুতপুৰ্ব সহাৰি দৰ্শকৰ

ভিলেইজ ৰকষ্টাৰলৈ অভুতপুৰ্ব সহাৰি দৰ্শকৰ

ডিজিটেল ডেস্ক:আজি সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰিলে বহুপ্ৰত্যাক্ষিত ভিলেইজ ৰকষ্টাৰ্চে৷ মহানগৰীত হিল দ’ল ভাঙি দৰ্শকে উপভোগ কৰিব আহিলে ছবিখন৷ প্ৰথম দিনাই ‘হাউচফুল’হ’ল গুৱাহাটীৰ চিত্ৰগৃহসমুহ৷গুৱাহাটীৰ অন্যতম মুখ্য চিত্ৰগৃহ অনুৰাধাত অনুসৰি প্ৰথম দৰ্শনীত প্ৰায় ৯০ শতাংশ দৰ্শক নিশ্চিত হৈছে, আনহাতে চিনে প’লিচতো পুৱাৰ ভাগতে প্ৰায় ৮৫শতাংশ আসন পুৰ হৈছে৷ এতিয়া সকলোৱে আশা কৰিছে অস্কাৰলৈ যাত্ৰা সফল হওঁক ছবিখনৰ৷