কৰিমগঞ্জত যুৱতীৰ মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জত যুৱতীৰ মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জৰ বাজাৰঘাট অঞ্চলত যুৱতীৰ অৰ্ধউলংঘ মৃতদেহ খেতিপথাৰত উদ্ধাৰ কৰিছে ।যুৱতীগৰাকীক ধৰ্ষনৰ পাছত হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।