৩০ মাহত হাৰিয়ানাৰ বিজেপি চৰকাৰে নিৰ্মাণ কৰিলে মাত্ৰ ১ কিলোমিটাৰ নতুন পথ

৩০ মাহত হাৰিয়ানাৰ বিজেপি চৰকাৰে নিৰ্মাণ কৰিলে মাত্ৰ ১ কিলোমিটাৰ নতুন পথ

নিৰ্বাচনৰ সময়ত জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে হাৰিয়ানাৰ বিজেপি নেতৃত্বৰ চৰকাৰখন ।কেন্দ্তৰ মোডী চৰকাৰে পথ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰতকৈ ক্ষিপ্ৰতাৰে কাম আগবাঢ়ি থকা বুলি ঘোষণা কৰাৰ সময়তে হাৰিয়ানাৰ পথ পতিবহণৰ ছবিখন অতি দুখলগা অৱস্থাত আছে ।ৰাজ্যখনৰ মনোহৰলাল খট্টৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিগত ৩০ মাহ মাত্ৰ ৭১ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে ।